তথ্যতথ্য সূত্ৰ

তথ্য জনাৰ অধিকাৰ আইন (Assamese) [ Roman: to.thyo jo.nar o.dhi.kar ain]
Contributed by: Partha P Sarmah on 2011-09-06
1. Legal(Proper Noun-Neuter) Right to Information Act 2005 mandates timely response to citizen requests for government information. For more details, visit www.rti.gov.in তথ্য জনাৰ অধিকাৰ আইন,২০০৫ চৰকাৰী কামকাজৰ খতিয়ান জানিবলৈ নগৰিকক সুবিধা দিয়া এখন ভাৰতীয় আইন৷ইয়াৰ জৰিয়তে যিকোনো ভাৰতীয় নাগৰিকে দহটকা জমা দি চৰকাৰী বিভাগৰ কাম কাজৰ বিষয়ে এমাহৰ ভিতৰত তথ্য আহৰণ কৰিব পাৰে৷(প্ৰতিৰক্ষাকে ধৰি কেইটামান বিভাগ এই আইনৰ আওটাত নাহে৷)